New Update
/asomiyapratidin/media/media_files/2025/10/16/538-2025-10-16-18-17-59.jpg)
- জুবিন গাৰ্গৰ সমাধি স্থায়ীভাৱে নিৰ্মাণৰ বাবে পৰিকল্পনা সমিতি গঠন অসম চৰকাৰৰ।
- সমিতিত আছে পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰ, তৰালি শৰ্মা, প্ৰাঞ্জল শইকীয়া, সুদৰ্শন ঠাকুৰ, পাৰ্থ সাৰথি মহন্ত, শ্যামন্তক গৌতম, অনুৰাধা শৰ্মা পূজাৰীকে ধৰি কেইবাজনো লোক।
- লগতে বীৰেণ সিংহ, পুলক বেনাৰ্জীৰ দৰে বিশিষ্ট শিল্পীকো এই সমিতিত অন্তৰ্ভুক্ত কৰা হৈছে।
- জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈও মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
- নৱেম্বৰ মাহৰ ভিতৰতে দাখিল কৰা হ’ব চাৰ্জশ্বিট।
- ফাৰ্ষ্ট ট্ৰেক ক’ৰ্টৰ জৰিয়তে জুবিনৰ ন্যায় বিচাৰ কৰা হ’ব।
- সমগ্ৰ তদন্ত প্ৰক্ৰিয়া চোৱা- চিতাৰ বাবে চৰকাৰী অধিবক্তা নিয়োগৰ কথা সদৰী কৰিলে মুখ্যমন্ত্ৰীয়ে।