New Update
- GMCHৰ ICUৰ পৰা নিৰুদ্দেশ এগৰাকী ৰোগী
- CCTVত বন্দী ৰোগীজন GMCHৰ পৰা ওলাই যোৱা দৃশ্য
- নিৰুদিষ্ট ব্যক্তিজন কাৰ্বি আংলঙৰ ডিফুৰ বাপন পাল
- হৃদৰোগত আক্ৰান্ত হৈ GMCHত চিকিৎসাধীন হৈ আছিল লোকজন
- ঘটনা সন্দৰ্ভত ভঙাগড় থানাত এজাহাৰ দাখিল পৰিয়ালৰ