শনিবাৰে অসম বন্ধ, বন্ধলৈ কৃষক মুক্তিৰ সমৰ্থন…

শনিবাৰে অসম বন্ধ, বন্ধলৈ কৃষক মুক্তিৰ সমৰ্থন…
  • নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আৰু ৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত শনিবাৰে টাইপা অসম বন্ধ আহ্বান।
  • কেইটামান দিনৰ পূৰ্বে সংগঠনটোৱে ঘোষণা কৰিছিল এই কাৰ্যসূচী।
  • এই দাবীৰ উপৰিও প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ বিৰোধিতা কৰা টাই আহোম যুৱ পৰিষদৰ ১২ ঘণ্টীয়া বন্ধলৈ সমৰ্থন জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
  • এক প্ৰেছ বিবৃতি যোগে সংগঠনটোৰ নেতৃত্বই অৱগত কৰিছে কথা।
  • উল্লেখ্য যে, ৯ ফেব্ৰুৱাৰীত পুৱা ৫ বজাৰ পৰা আৰম্ভ হ'ব এই বন্ধ কাৰ্যসূচী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in