Published on:
Updated on:
- অন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰত শোকাৱহ পথ দুৰ্ঘটনা।
- সোমবাৰে পুৱা গুণ্টুৰৰ ফিৰংগীপুৰম মণ্ডলৰ ৰেপুড়ী গাঁৱত সংঘটিত হয় এই দুৰ্ঘটনা।
- এখন অট' ৰিক্সা আৰু এখন মিনি ট্ৰাকৰ মাজত হয় সংঘৰ্ষ।
- সংঘৰ্ষত থিতাতে নিহত অট' ৰিক্সাখনৰ ৬ জন যাত্ৰী।
- আনহাতে দুৰ্ঘটনাত আহত হৈছে কেইবাজনো লোক।
- আহতসকলক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in