বৃহস্পতিবাৰে ৩ গৰাকী কংগ্রেছ বিধায়কে যোগ দিব বিজেপিত...

বিপিএফৰ লগত আজি মিত্রতা চূড়ান্ত হোৱাৰ সম্ভাৱনা। দুই এদিনতে অগপক দিবলগা আসনক লৈ হ’ব চূড়ান্ত সিদ্ধান্ত। বড়ো ৰাজনীতিত প্রত্যক্ষভাৱে সোমাব নোৱাৰো। BPF আৰু UPPLৰ মাজত আসনক লৈ বুজাবুজিৰ আহ্বান মুখ্যমন্ত্রীৰ

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • বিপিএফৰ লগত আজি মিত্রতা চূড়ান্ত হোৱাৰ সম্ভাৱনা
  • দুই এদিনতে অগপক দিবলগা আসনক লৈ হ’ব চূড়ান্ত সিদ্ধান্ত
  • বড়ো ৰাজনীতিত প্রত্যক্ষভাৱে সোমাব নোৱাৰো
  • BPF আৰু UPPLৰ মাজত আসনক লৈ বুজাবুজিৰ আহ্বান মুখ্যমন্ত্রীৰ
  • কাইলৈৰ পৰা পুনৰ আৰম্ভ হ’ব বিজেপিৰ জন আশীৰ্বাদ যাত্রা
  • আজি ভৰলুমুখ-শান্তিপুৰ উৰণ সেতু মুকলি কৰা হ’ব
  • বৃহস্পতিবাৰে ৩ গৰাকী কংগ্রেছ বিধায়কে যোগ দিব বিজেপিত
  • শশীকান্ত দাস, কমলাক্ষ দে’ পুৰকায়স্থ, বসন্ত দাসে যোগ দিব বিজেপিত
  • বৰপেটাত এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
বিজেপি চৰকাৰ অসম বিজেপি