অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ বদল...

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল জ্যেষ্ঠ আৰক্ষী অধীক্ষক, আৰক্ষী অধীক্ষক, উপ আৰক্ষী আয়ুক্ত পৰ্যায়ত  ৩৬ বিষয়াৰ ৰদ-বদল শ্ৰীভূমিৰ SSP পাৰ্থ প্ৰতিম দাসক কাছাৰলৈ বদলি পুনৰ লীনা দলেক শ্ৰীভূমিৰ SSPৰ দায়িত্ব

author-image
Asomiya Pratidin
New Update
ujjjd
  • অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল
  • জ্যেষ্ঠ আৰক্ষী অধীক্ষক, আৰক্ষী অধীক্ষক, উপ আৰক্ষী আয়ুক্ত পৰ্যায়ৰ ৩৬ বিষয়াৰ ৰদ-বদল
  • শ্ৰীভূমিৰ SSP পাৰ্থ প্ৰতিম দাসক কাছাৰলৈ বদলি
  • পুনৰ লীনা দলেক শ্ৰীভূমিৰ SSPৰ দায়িত্ব
  • ধুবুৰীৰ পৰা শাস্তিমূলকভাৱে বদলি হৈছিল লীনা দলে
  • ধুবুৰীৰ SSPৰ দায়িত্বত দেৱাশীষ বৰা
  • কাছাৰৰ SSP নোমল মাহাত্তাক বদলি
  • কোকৰাঝাৰৰ SSP পদলৈ বদলি মাহাত্তাক
  • কোকৰাঝাৰ SSP পুষ্পৰাজ সিঙক বদলি শিৱসাগৰৰ SSP শুভ্ৰজ্যোতি বৰাক বদলি
  • যোৰহাটৰ SSP হিচাপে বদলি শুভ্ৰজ্যোতি বৰাক
  • যোৰহাটৰ SSP শ্বেতাং মিশ্ৰাক 4APBnলৈ বদলি
  • ডিমা হাছাওৰ SSP মায়ং কুমাৰক তিনিচুকীয়ালৈ বদলি
  • AIG ৰিপুঞ্জয় কাকতিক বদলি
  • ডিমা হাছাও নতুন SSP ৰিপুঞ্জয় কাকতি
  • বিশ্বনাথৰ SSP শুভাশীষ বৰুৱাক বদলি
  • শুভাশীষ বৰুৱা শিৱসাগৰৰ নতুন SSP
  • বজালীৰ SSP এ বসুমতাৰীক বিশ্বনাথলৈ বদলি
  • DCP Central অমিতাভ বসুমতাৰীক DCP WESTৰ দায়িত্ব
  • ADCP Central সম্ভৱী মিশ্ৰক DCP Centralৰ দায়িত্ব
  • বৰ্তমানৰ DCP WEST পদ্মনাভ বৰুৱাক Vigilance and Anti-Corruptionৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ দায়িত্ব
  • কাৰ্বি আংলঙৰ SSPপদলৈ বদলি পুষ্পৰাজ সিঙক  
  • কাৰ্বি আংলঙৰ SSP সঞ্জীৱ কুমাৰ শইকীয়াক কামৰূপলৈ বদলি
অসম চৰকাৰ