/asomiyapratidin/media/media_files/2025/12/31/whatsapp-image-202-2025-12-31-13-01-39.jpeg)
ডিজিটেল ডেস্কঃ সাংবাদিক মানেই ব্যস্ততা। সেই ব্যস্ততাৰ মাজতে সুযোগ পালেই কিছু আনন্দ ফূৰ্তী। পুৰণি বছৰক বিদায় দি নতুনক আদৰাৰ সময় এয়া। অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়তো এই উপলক্ষে সাংবাদিক-কৰ্মচাৰী সকলে ৩১ ডিচেম্বৰ ২০২৫ ত আয়োজন কৰিছে এখন লটাৰী খেলা। এই লটাৰীত বিজেতা সকলে পাব বিশেষ পুৰস্কাৰ। আৱেলি ৩ বজাত হ'ব সেই লটাৰী খেল। ২০ টকীয়া এই কুপনৰ বিনীময়ত পাব লগা উপহাৰসমূহ হ'লঃ
১. তেজাল পঠা ছাগলী এটা
২. লোকেল মূৰ্গী এটা
৩. কেৰেচীয়া হাঁহ এটা
৪. কণী ( দুই প্লেট)
৫. লোকেল ভকুৱা মাছ এটা( ২ কিঃ)
৬. জহা চাউল,মচুৰ দাইল আৰু মছলাৰ টোপোলা
৭. সৰিয়হৰ তেল(৩ লিঃ)
৮. সোণাশক্তিৰ চাউল(৫ কিঃ)
৯. সীতাজখলাৰ ক্ৰীম (২০০ গ্ৰামৰ এটা)
১০. পাচলিৰ টোপোলা
আছে আৰু আকৰ্ষণীয় পুৰস্কাৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us