Advertisment

৩ গৰাকীলৈ পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা...

ঘোষণা কৰা হ'ল পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা।

author-image
Asomiya Pratidin
New Update
৩ গৰাকীলৈ পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা...

nobel prize

ডিজিটেল ডেস্ক: ঘোষণা কৰা হ'ল পদাৰ্থ বিজ্ঞানৰ ন'বেল বটা। কোৱাণ্টাম পদাৰ্থ বিজ্ঞানত অৱদানৰ বাবে এলেইন এছপেক্ট, জন এফ ক্লছাৰ, এন্টন জেলিংগাৰকএই বছৰৰ পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হয়।

Advertisment

ৰয়েল ছুইডিছ একাডেমীয়ে ঘোষণা কৰা এই বঁটা তিনিওজনকে তিনিটা বেলেগ বেলেগ বিভাগৰ বাবে প্ৰদান কৰা হৈছে।

এলেইন এছপেক্ট ফ্ৰান্সৰ পেৰিছ বিশ্ববিদ্যালয়ৰ পৰা ,জন এফ ক্লছাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ, আনহাতে এন্টন জেলিংগাৰ অষ্ট্ৰেলিয়াৰ ভিয়েনাৰ পৰা।

এলাইন এছপেক্ট, জন ক্লছাৰ আৰু এণ্টনে আৱদ্ধ কোৱাণ্টাম অৱস্থাৰ ওপৰত অতি গুৰুত্বপূৰ্ণ পৰীক্ষা-নিৰীক্ষা কৰিছিল। এক আৱদ্ধ কোৱাণ্টাম অৱস্থাত, দুটা কণা পৃথক হ'লেও এককৰ দৰে আচৰণ কৰে ।

nobel prize