নেলীত জব্দ ২৭ টা চোৰাং গৰু, আৰক্ষীৰ জালত ৪ সৰবৰাহকাৰী

জাগীৰোডৰ নেলীত অবৈধ গো- সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। পুৱা ৫বজাত চলোৱা অভিযানত উদ্ধাৰ ২৭ টাকৈ চোৰাং গৰু।

author-image
Asomiya Pratidin
New Update
VGDFGDFGD
  • জাগীৰোডৰ নেলীত অবৈধ গো- সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
  • পুৱা ৫বজাত চলোৱা অভিযানত উদ্ধাৰ ২৭ টাকৈ চোৰাং গৰু
  • উজনিৰ পৰা আনি মেঘালয়লৈ সৰবৰাহ কৰাৰ সময়তে উদ্ধাৰ গৰুকেইটা
  • এখন নম্বৰপ্লেটবিহীন ট্ৰাকৰ লগতে AS-01RC-8889 নম্বৰৰ গৰু কঢ়িওৱা দুখন ট্ৰাক জব্দ
  • নেলী ২৭ টাকৈ চোৰাং গৰু২৭ টাকৈ চোৰাং গৰু২৭ টাকৈ চোৰাং গৰু
  • ধৃত চোৰাং গৰু সৰবৰাহকাৰী কেইটা মৈৰাবাৰীৰ চাহাদুল ইছলাম,আছাদুল ইছলাম, 
  • নগাঁৱৰ নিজাম উদ্দিন আৰু জিয়াৰুল ইছলাম
  • অমল গগৈ নামৰ এজন যুৱকৰ নেতৃত্বত গৰুৰ চিণ্ডিকেট চলি থকাৰ সন্দেহ
  • প্ৰতিখন গৰুৰ গাড়ীৰ পৰা গগৈয়ে লাভ কৰে ১ লাখ ৮০ টকা
  • অধিক তথ্যৰ সন্ধানত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে    
জাগীৰোড