New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/10/corona-can-be-more-harmfulllllllllllll-darang-book-publish.jpg)
প্ৰতীকি ফটো
- বিগত ২৪ঘন্টাত ভাৰতত ৪৫হাজাৰ ২৩০গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনাৰ সংক্ৰমণ।
- এই সময়খিনিত ৪৯৬গৰাকী লোকৰ মৃত্যু হৈছে দেশত।
- ৫৩,২৮৫ গৰাকী ৰোগীক ঘৰলৈ পঠোৱা হৈছে এই সময়খিনিত।
- বৰ্তমান দেশত ৫লাখ ৬১হাজাৰ ৯০৮গৰাকী ৰোগী চিকিতসাধীন হৈ আছে।