Published on:
Updated on:
- ২২ আৰু ২৩ মাৰ্চত খোলা থাকিব কোষাগাৰ।
- ৰাজ্যৰ সকলো কোষাগাৰ খোলা ৰখাৰ নিৰ্দেশ
- বিত্ত বিভাগে প্ৰদান কৰিছে এই নিৰ্দেশ।
- মাৰ্চ এণ্ডিং উপলক্ষে খোলা থাকিব কোষাগাৰসমূহ।
- উল্লেখ্য যে, হোলীৰ উপলক্ষ্যে অহা ২২ মাৰ্চত বন্ধ থাকিব ৰাজ্যৰ আন চৰকাৰী কাৰ্যালয় সমূহ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in