মুখ্য-পৃষ্ঠা
বিগত ২৪ ঘন্টাত ২১ গৰাকী বিএছএফ জোৱানৰ দেহত কোৰোনা ভাইৰাছ…
- বিগত ২৪ ঘন্টাত ২১ গৰাকী বিএছএফ জোৱানৰ দেহত ধৰা পৰিল কোৰোনা ভাইৰাছ।
- ইফালে একেসময়তে আৰোগ্য হৈছে ১৮জন জোৱান।
- বৰ্তমানলৈকে মুঠ আৰোগ্য হৈছে ৬৫৫ গৰাকী জোৱান।
- ইফালে এতিয়াও চিকিৎসাধীন হৈ আছে ৩০৫ জন।
- বিএছএফৰ এক সূত্ৰই এই কথা সদৰি কৰিছে।