ৰাজ্য চৰকাৰৰ ২০২৬বৰ্ষৰ শিল্পী বঁটা ঘোষণা

ৰাজ্য চৰকাৰৰ ২০২৬বৰ্ষৰ শিল্পী বঁটা ঘোষণা। সদ্যপ্রয়াত সংগীত শিল্পী সমৰ হাজৰিকালৈ ২০২৬বৰ্ষৰ শিল্পী বঁটা। ধনদা পাঠকলৈও ৰাজ্য চৰকাৰৰ শিল্পী বঁটা।

author-image
Asomiya Pratidin
New Update
new ap web 8 (4)
  • ৰাজ্য চৰকাৰৰ ২০২৬বৰ্ষৰ শিল্পী বঁটা ঘোষণা
  • সদ্যপ্রয়াত সংগীত শিল্পী সমৰ হাজৰিকালৈ ২০২৬বৰ্ষৰ শিল্পী বঁটা
  • ধনদা পাঠকলৈও ৰাজ্য চৰকাৰৰ শিল্পী বঁটা
  • সাহিত্যিক মনেশ্বৰ দেউৰীলৈ ২০২৫বৰ্ষৰ কৃষ্ণকান্ত সন্দিকৈ স্মাৰক বঁটা
  • বিশিষ্ট শিক্ষাবিদ ড০ অমলেন্দু চক্ৰৱৰ্তীলৈ ২০২৫ বৰ্ষৰ গোপীনাথ বৰদলৈ ৰাষ্ট্রীয় সংহতি বঁটা
  • বিশিষ্ট নাট্যশিল্পী কৰুণা ডেকালৈ ২০২৫ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা
  • চলচ্চিত্র নিৰ্মাতা অৰূপ মান্নালৈ ২০২৫বৰ্ষৰ ড০ ভবেন্দ্র নাথ শইকীয়া বঁটা
  • অবনী ৰঞ্জন পাঠকলৈ ২০২৫ বৰ্ষৰ বিজু ফুকন বঁটা
  • ৰাজ্যৰ ৮৩গৰাকীলৈ শিল্পীলৈ শিল্পী পেঞ্চন
  • ৩ গৰাকী বিশেষভাৱে সক্ষম শিল্পীলৈও নিয়মীয়া পেঞ্চন
  • ১৭০গৰাকী শিল্পীলৈ বাৰ্ষিক শিল্পী সন্মান
  • ৩ গৰাকী বিশেষভাৱে সক্ষম শিল্পীলৈও বাৰ্ষিক শিল্পী সন্মান
  • ২৬গৰাকী শিল্পীৰ পৰিয়াললৈ নিয়মীয়া পেঞ্চন
  • ৫গৰাকী শিল্পীৰ পৰিয়াললৈ ৰাজ্য চৰকাৰৰ বিশেষ এককালীন সাহায্য
শিল্পী বঁটা