আজি বিশ্ব পৰিৱেশ দিৱস…

আজি বিশ্ব পৰিৱেশ দিৱস…

author-image
asomiyapratidin
New Update
আজি বিশ্ব পৰিৱেশ দিৱস…

ডিজিটেল ডেস্কঃ আজি বিশ্ব পৰিৱেশ দিৱস। ৫ জুন তাৰিখে প্রতি বছৰে সমগ্ৰ বিশ্বত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। ইয়াৰ মূল লক্ষ্য হৈছে বিশ্ববাসীক পৰিৱেশৰ প্রতি সজাগ কৰি তোলা, যাতে সকলো মানুহে পৰিৱেশ সংৰক্ষণ কৰি পৃথিৱীক সুস্থিৰ কৰি ৰাখে।

Advertisment

এই দিৱস পোন প্রথমে পালন কৰা হৈছিল ১৯৭৩ চনৰ ৫ জুন তাৰিখে আৰু ইয়াৰ পিছত গোটেই বিশ্বত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। প্ৰতি বছৰে এই দিৱসটি বেলেগ বেলেগ চহৰত, বেলেগ বেলেগ বিষয় লৈ পালন হয়। উত্তৰ গোলাৰ্ধত দিবসটি বসন্তত আৰু দক্ষিণ গোলাৰ্ধত এই দিৱসটি শৰত কালত পালন কৰা হয়। ২০২০বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল শ্লগান হৈছে, celebrating biodiversity'।