দীঘলীয়া হৈছে এছ আই টিয়ে আমন্ত্ৰণ জনোৱা ব্যক্তিৰ তালিকা...

জুবিন মৃত্যুকাণ্ডক লৈ এছ আই টিৰ তদন্তৰ সন্দৰ্ভত আলোচনা কৰিবলৈ আমন্ত্ৰণ জনোৱা ব্যক্তিৰ তালিকা বৃদ্ধি হৈ গৈ আছে। সোমবাৰৰ ১৩জনীয়া এই তালিকা মঙলবাৰে হৈছেগৈ ২০জনীয়া। এছ আই টিয়ে আমন্ত্ৰণ

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ জুবিন মৃত্যুকাণ্ডক লৈ এছ আই টিৰ তদন্তৰ সন্দৰ্ভত আলোচনা কৰিবলৈ আমন্ত্ৰণ জনোৱা ব্যক্তিৰ তালিকা বৃদ্ধি হৈ গৈ আছে। সোমবাৰৰ ১৩জনীয়া এই তালিকা মঙলবাৰে হৈছেগৈ ২০জনীয়া। এছ আই টিয়ে আমন্ত্ৰণ জনোৱা এই ২০জনীয়া তালিকাত আছে- 

1.    অদীপ ফুকন
2.    প্ৰাণজিৎ শইকীয়া
3.    ধৈৰ্য হাজৰিকা
4.    মনোজ কুমাৰ গোস্বামী
5.    শিৱানু বৰা
6.    অতনু ভূঞা
7.    মৃণাল তালুকদাৰ
8.    ৰামানুজ দত্ত চৌধুৰী
9.    সঞ্জীৱ ফুকন
10.    ডা০ হিতেশ বৰুৱা
11.    ডাঃ শুভ্ৰকিংকৰ গোস্বামী
12.    প্ৰাঞ্জল শইকীয়া
13.    ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
14.    উৎপল শৰ্মা
15.    ৰাজদ্বীপ বাইলুং বৰুৱা
16.    সমুজ্জল ভট্টাচাৰ্য
17.    অনুৰাধা শৰ্মা পূজাৰী
18.    সমীৰণ ফুকন 
19.    শ্যামন্তক গৌতম
20.    ৰাহুল গৌতম শৰ্মা

অৱশ্যে ইয়াৰে অধিকাংশই এই আলোচনাত উপস্থিত থাকিব নোৱাৰা কথা সদৰি কৰিছে। 

জুবিন গাৰ্গ