১৫ বিদেশীক ২৪ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰাৰ নিৰ্দেশ

নগাঁৱৰ ১৫জন লোকক বিদেশী ঘোষণা কৰা হৈছে ৷ নগাঁও আয়ুক্তই এক নিৰ্দেশনা যোগে বিদেশী ঘোষণা কৰা লোক কেইজনক ২৪ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰাৰ নিৰ্দেশ দিছে ৷ 

author-image
Asomiya Pratidin
New Update
new ap web 5 (9)

ডিজিটেল ডেস্কঃ নগাঁৱৰ ১৫জন লোকক বিদেশী ঘোষণা কৰা হৈছে ৷ নগাঁও আয়ুক্তই এক নিৰ্দেশনা যোগে বিদেশী ঘোষণা কৰা লোক কেইজনক ২৪ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰাৰ নিৰ্দেশ দিছে ৷ 

  • জহুৰা খাতুন, ধিং থানাৰ অন্তৰ্গত কান্দুলীমাৰী,
  • আব্দুল আজিছ, নগাঁও সদৰ হেদায়ত
  • আহেদা খাতুন, জুৰিয়া থানাৰ অন্তৰ্গত বগৰীগুৰি গাওঁ
  • আজুফা খাতুন, ৰূপহী থানাৰ অন্তৰ্গত গড়েমাটিখোৱা
  • হুছেইন আলী, ৰহা থানাৰ অন্তৰ্গত দিঘলী আটি
  • ফজিলা খাতুন, জাজৰি থানাৰ অন্তৰ্গত হাতীযুজুৱা
  • আনোৱাৰা বেগম, চামগুৰি থানাৰ অন্তৰ্গত লেংটেং গাওঁ
  • আশা খাতুন, চামগুৰি থানাৰ অন্তৰ্গত শলবাৰী
  • নজৰুল ইছলাম, ৰহা থানাৰ অন্তৰ্গত চাপৰমুখ
  • ৰহিম শ্বেখ, ৰহা থানাৰ অন্তৰ্গত দিঘলী আটি
  • বাৰেক আলী, ৰহা থানাৰ অন্তৰ্গত দিঘলী আটি
  • ইদ্দিছ আলী,ৰহা থানাৰ অন্তৰ্গত ৰহা টাউন
  • ৰুস্তম আলী, কলিয়াবৰ থানাৰ অন্তৰ্গত হাতীগাওঁ বাগান
  • আনোৱাৰ খান, জখলাবন্ধা থানাৰ অন্তৰ্গত গাৰোবন্ধা গাওঁ
  • তাহেৰ আলী, উলোৱনি থানাৰ অন্তৰ্গত গৰৈমাৰী গাওঁ

উল্লেখ্য যে, আটাইকেইজনে নিজৰ ঠিকনা নগাওঁ জিলাত দিছে যদিও তেওঁলোকৰ বসতি সমগ্ৰ অসমৰ অন্য প্ৰান্তত আছে।

বিদেশী