Published on :
Updated on :
- দেশত বিগত ২৪ ঘন্টাত কোৰোনা আক্ৰান্ত ৪৮ গৰাকী ৰোগীয়ে হেৰুৱাইছে প্ৰাণ।
- ইফালে এই ২৪ ঘন্টাত নতুনকৈ আক্ৰান্ত হৈছে ১৩৯৬ গৰাকী লোক।
- এই তথ্য সদৰি কৰিলে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে।
- ভাৰতত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ২৭,৯৭৭
- দেশৰ সৰ্বমুঠ মৃত্যুৰ সংখ্যা ৮৮৪
Asomiya Pratidin
www.asomiyapratidin.in