New Update
/asomiyapratidin/media/media_files/2025/10/13/new-ap-web-2-25-2025-10-13-18-11-04.jpg)
- মঙলবাৰে ৰাজ্যৰ বিশিষ্ট ব্যক্তিৰ সৈতে আলোচনা অসম আৰক্ষীৰ
- ১৩গৰাকীৰো অধিক বিশিষ্ট ব্যক্তিৰে বৈঠকত বহিব অসম আৰক্ষীৰ শীৰ্ষ বিষয়া
- জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা প্ৰসংগত আলোচনাত বহিব আৰক্ষী আৰু বিশিষ্ট ব্যক্তি
- থাকিব অনুৰাধা শৰ্মা পূজাৰী, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, মনোজ কুমাৰ গোস্বামী
- অংশ ল’ব ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, উত্পল শৰ্মা আৰু সমীৰণ ফুকনে
- আমন্ত্ৰণ ৰাহুল গৌতম শৰ্মা, সঞ্জীৱ ফুকন, শ্যমন্তক গৌতম, শিৱানু বৰা
- প্ৰাঞ্জল শইকীয়া, ডা: হিতেশ বৰুৱা, জাৰিৰ হুছেইন, অতনু ভূঞাকো আমন্ত্ৰণ
- অসম আৰক্ষীৰ অতিথিশালাত হ’ব এই আলোচনা