কোৰোনা হাৰিবই লাগিবঃ নিজৰ দৰমহাৰ পৰা ১০৮ ৰ কৰ্মীসকলে দিলে ৩ লাখ ৫ হাজাৰ টকা…

কোৰোনা হাৰিবই লাগিবঃ নিজৰ দৰমহাৰ পৰা  ১০৮ ৰ কৰ্মীসকলে দিলে ৩ লাখ ৫ হাজাৰ টকা…
  • কোৰোনাক প্ৰতিহত কৰিবলৈ ২৪ ঘন্টাই কামত ব্যস্ত থকা ১০৮ মৃত্যুঞ্জয় সেৱা কৰ্মীসকলৰ চৰকাৰলৈ সহায়ৰ হাত।
  • নিজৰ দৰমহাৰ পৰা এইসকল কৰ্মীয়ে মুখ্যমন্ত্ৰীৰ আৰোগ্য নিধিলৈ আগবঢ়াইছে ৩ লাখ ৫ হাজাৰ টকা।
  • শনিবাৰে এই কথা ঘোষণা কৰে ১০৮ ৰ কৰ্মীসকলে।
  • উল্লেখ্য যে, অসম আৰোগ্য নিধিলে বহুতে পাৰ্যমানে আগবঢ়াইছে সহায়ৰ হাত।
  • বৰ্তমানলৈকে কেইবাকোটি টকা জমা হৈছে অসম আৰোগ্য নিধিত।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in