New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/file73jtdghzv9zh3u6knnq-1576378248.jpg)
- কোৰোনাক প্ৰতিহত কৰিবলৈ ২৪ ঘন্টাই কামত ব্যস্ত থকা ১০৮ মৃত্যুঞ্জয় সেৱা কৰ্মীসকলৰ চৰকাৰলৈ সহায়ৰ হাত।
- নিজৰ দৰমহাৰ পৰা এইসকল কৰ্মীয়ে মুখ্যমন্ত্ৰীৰ আৰোগ্য নিধিলৈ আগবঢ়াইছে ৩ লাখ ৫ হাজাৰ টকা।
- শনিবাৰে এই কথা ঘোষণা কৰে ১০৮ ৰ কৰ্মীসকলে।
- উল্লেখ্য যে, অসম আৰোগ্য নিধিলে বহুতে পাৰ্যমানে আগবঢ়াইছে সহায়ৰ হাত।
- বৰ্তমানলৈকে কেইবাকোটি টকা জমা হৈছে অসম আৰোগ্য নিধিত।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us