শেহতীয়া খবৰ
শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ... • আৰু ৩১জনৰ দেহত কোভিড-১৯, বহিঃৰাজ্যৰ পৰা বিমানেৰে অহা ২০জন আক্ৰান্ত কোৰোনাত... • কোৰোনাৰ পাছত বানৰ তাণ্ডৱ অসমত! ৬জনে হেৰুৱাইছে প্ৰাণ... • বৰক্ষেত্ৰীৰ লাৰকুছিত উপস্থিত হৈ গৰাখহনীয়া পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ... VIDEO • ওদালগুৰিত বিগত ২৪ ঘণ্টাত ১২জনকৈ লোক কোৰোনাত আক্ৰান্ত... • PUBG খেলাৰ বাবেই ম’বাইল চুৰি কৰি আৰক্ষীৰ জালত ২ কিশোৰ... • লকডাউনৰ প্ৰভাৱঃ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ে কি পদক্ষেপ ল’ব পৰামৰ্শৰ বাবে ৰাজ্যপালৰ উচ্চস্তৰীয় কমিটী গঠন... • ৰোহিত শৰ্মাক ‘ৰাজীৱ গান্ধী খেল ৰত্ন-২০২০’ৰ বাবে মনোনীত...

জিঅ’ নহয়, এইবাৰ ভোডাফোনৰ বাম্পাৰ অফাৰ, জানিবলৈ পঢ়ক…

4,828

ডিজিটেল ডেস্কঃজিঅ’ৰ সৈতে ফেৰ মাৰিবলৈ সাজু হৈছে ভোডাফোন। যদিও জিঅ’ৰ সমান্তৰালকৈ ভোডাফোনৰ কোনো বিশেষ পেকেজ নাই তথাপিও, নতুনকৈ ভোডাফোনৰ ছীম উলিয়াব খোজা গ্ৰাহক সকলৰ বাবে টেলিকম প্ৰতিষ্ঠানটোৱে মুকলি কৰিছে এক বিশেষ সুবিধা।

ভোডাফোনে সিদ্ধান্ত লৈছে যে, এতিয়াৰে পৰা ভোডাফোনৰ প্ৰি-প্ৰেইড ৪ জি ছীম ক্ৰয় কৰা গ্ৰাহকসকলক হোম ডেলিভাৰী দিয়া হ’ব এই ছীমকাৰ্ড। ইয়াৰ বাবে গ্ৰাহকে ভোডাফোনৰ ৱেবচাইটৰ পৰা ক্ৰয় কৰিব লাগিব ২৪৯ টকাৰ এটা বিশেষ পেকেজ। এই ২৪৯ টকাৰ পেকেজৰ পৰাই গ্ৰাহকে লাভ কৰিব ২৮ দিনৰ বৈধতাৰে আনলিমিটেড কল, প্ৰতিদিনে ১.৫ জিবি ডাটা, আৰু ১০০ মেচেজৰ সুবিধা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি