হোলীৰ ৰঙত ৰঙীণ হৈ পৰিছে দেশবাসী… চাওঁক VIDEO…

হোলীৰ ৰঙত ৰঙীণ হৈ পৰিছে দেশবাসী… চাওঁক VIDEO…
  • সমগ্ৰ দেশতেই হোলী উৎসৱ পালন।
  • শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে আনন্দ-উলাহেৰে পালন কৰিছে হোলী।
  • গুজৰাটৰ আহমেদাবাদত বিলাহীৰে হোলী খেলিছে।
  • ইফালে, ছত্তীশগড়তো হোলী উপলক্ষে দেখিবলৈ পোৱা গৈছে বিশেষ আনন্দ-উচাহ।
  • সকলোকে ৰং সানিছে হোলীৰ দিনটোত।
  • সৰ্বসাধাৰণৰ লগতে ৰাজনৈতিক নেতাসকলেও উদযাপন কৰিলে হোলী।
  • উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গোৰখপুৰত খেলিছে হোলী।
  • আৰ এছ এছ কাৰ্যালয়ত খেলিছে মুখ্যমন্ত্ৰীগৰাকীয়ে হোলী।
  • ইফালে মথুৰাতো সকলোৱে হোলী খেলিছে।
  • বাংকে বিহাৰী মন্দিৰত ভক্তসকলে পালন কৰিছে হোলী।
  • আনহাতে, অসমৰো ভিন্ন প্ৰান্তত হোলী খেলিছে সকলোৱে।
  • কামপুৰৰ বিষ্ণুপুৰী থানত দৌল মহোৎসৱ।
  • শোভাযাত্ৰা আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভ দৌল মহোৎসৱ।
  • ৰাজস্থানৰ যোধপুৰতো হোলী খেলিছে সকলোৱে।
  • দেশবাসীৰ লগতে বিদেশৰ পৰ্যটকসকলেও হোলীৰ ৰঙৰ ৰঙীন হৈ পৰিছে।
  • এক আনন্দ-উচাহৰ পৰিৱেশৰ  মাজত হোলী খেলিছে সকলোৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in