শেহতীয়া খবৰ
গোলাঘাটত আৰক্ষীৰ জালত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী  •  শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...  •  আইৰ মুখৰ ভাষা  •  ‘প্ৰথম প্ৰধানমন্ত্ৰী চৰ্দাৰ পেটেল হোৱা হ’লে দেশত কাশ্মীৰকলৈ সমস্যা নাথাকিল হেঁতেন’  •  ভাল খবৰ! ৰে’লৱে বিভাগত ওলাইছে চাকৰি, সবিশেষ...  •  কোকৰাঝাৰত বিপিএফৰ সভা, আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সন্দৰ্ভত আলোচনা...

বিশ্বকাপ হকীত আজি ভাৰতৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকা

107
  • ওড়িশাত আজিৰে পৰা আৰম্ভ হ’ব পুৰুষৰ হকী বিশ্বকাপ।
  • মঙলবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান।
  • ভুবনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত শুভাৰম্ভণি হয় বিশ্বকাপ হকীৰ।
  • আজি ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব দক্ষিণ আফ্ৰিকা।
  • আন এখন খেলত মুখামুখি হ’ব বেলজিয়াম আৰু কানাডা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি