বিশ্বকাপ হকীত আজি ভাৰতৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকা

বিশ্বকাপ হকীত আজি ভাৰতৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকা
  • ওড়িশাত আজিৰে পৰা আৰম্ভ হ'ব পুৰুষৰ হকী বিশ্বকাপ।
  • মঙলবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান।
  • ভুবনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত শুভাৰম্ভণি হয় বিশ্বকাপ হকীৰ।
  • আজি ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব দক্ষিণ আফ্ৰিকা।
  • আন এখন খেলত মুখামুখি হ'ব বেলজিয়াম আৰু কানাডা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in