শেহতীয়া খবৰ
কোৰোনাত আক্ৰান্ত হৈ কি ক'লে ভাস্কৰজ্যোতি মহন্তই...  •  ট্ৰাম্প সংবাদ মেলত ব্যস্ত থকাৰ সময়তেই আমেৰিকাৰ হোৱাইট হাউচত গুলীবৰ্ষণ...  •  ধেমাজি টাউন ব্ল’ক কংগ্ৰেছৰ উদ্যোগত "পৰিবেশ প্ৰভাৱ নিৰূপন খচৰা ২০২০"ৰ বিৰুদ্ধে সজাগতামূলক সভা-মানৱ শৃংখল কাৰ্যসূচী...  •  ধেমাজি প্ৰেছ ক্লাৱত বিধায়ক ৰনোজ পেগুৰ সংবাদমেল...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  ৰাজ্যত পুনৰ ২৯০০ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬১,৭৩৭জনলৈ বৃদ্ধি...  •  প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন, ৰখা হৈছে ভেন্টিলেটৰ ছাপৰ্টত...  •  দূৰদৰ্শনত ‘শ্ৰীমন্ত শংকৰদেৱ’ ধাৰাবাহিকখনৰ সম্প্ৰচাৰ বন্ধৰ দাবী শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক মিছনৰ...  •  অসম সহ ৬ ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা প্রধানমন্ত্ৰীৰ...

অনিৰ্দিষ্ট কাললৈ হোজাইৰ সকলো সপ্তাহিক বজাৰ বন্ধ….

297
  • কোভিড-১৯ ৰ দ্ৰুত সংক্ৰমন ৰোধ কৰাৰ বাবে হোজাই জিলাত প্ৰশাসনৰ কঠোৰ পদক্ষেপ ৷
  • জিলা খনৰ অন্তৰ্গত সকলো সাপ্তাহিক বজাৰ হাট পৰৱৰ্তী নিৰ্দ্দেশ নিদিয়ালৈকে সম্পূৰ্ণৰূপে বন্ধ থাকিব ৷
  • এই নিৰ্দ্দেশ কঠোৰ ভাবে পালন কৰিবলৈ সংশ্লিষ্ট এলেকাৰ বিষয়া সকলক নিৰ্দ্দেশ দিয়া দিছে জিলা প্ৰশাষণে ৷
  • সকলো পক্ষকে এই আদেশ গুৰুত্ব সহকাৰে লবলৈ আহবান হোজাই জিলা প্ৰসাষণৰ ৷
  • আইন অমান্য কাৰী সকলৰ বিৰুদ্ধ গ্ৰহন কৰা হব আইনগত ব্যৱস্থা ৷
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি