অনিৰ্দিষ্ট কাললৈ হোজাইৰ সকলো সপ্তাহিক বজাৰ বন্ধ….

অনিৰ্দিষ্ট কাললৈ হোজাইৰ সকলো সপ্তাহিক বজাৰ বন্ধ….
  • কোভিড-১৯ ৰ দ্ৰুত সংক্ৰমন ৰোধ কৰাৰ বাবে হোজাই জিলাত প্ৰশাসনৰ কঠোৰ পদক্ষেপ ৷
  • জিলা খনৰ অন্তৰ্গত সকলো সাপ্তাহিক বজাৰ হাট পৰৱৰ্তী নিৰ্দ্দেশ নিদিয়ালৈকে সম্পূৰ্ণৰূপে বন্ধ থাকিব ৷
  • এই নিৰ্দ্দেশ কঠোৰ ভাবে পালন কৰিবলৈ সংশ্লিষ্ট এলেকাৰ বিষয়া সকলক নিৰ্দ্দেশ দিয়া দিছে জিলা প্ৰশাষণে ৷
  • সকলো পক্ষকে এই আদেশ গুৰুত্ব সহকাৰে লবলৈ আহবান হোজাই জিলা প্ৰসাষণৰ ৷
  • আইন অমান্য কাৰী সকলৰ বিৰুদ্ধ গ্ৰহন কৰা হব আইনগত ব্যৱস্থা ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in