বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিলৈ ৰংবং তেৰাং সমন্বয় বঁটা

বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিলৈ ৰংবং তেৰাং সমন্বয় বঁটা
  • শনিবাৰে বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিলৈ আগবঢ়োৱা হ'ব ৰংবং তেৰাং সমন্বয় বঁটা।
  • বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰদান কৰা হ'ব এই বঁটা।
  • বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এক অনুষ্ঠানত প্ৰদান কৰা হ'ব এই বঁটা।
  • 'ৰংমিলিৰ হাঁহি'ৰ স্ৰষ্টা ৰংবং তেৰাঙৰ জন্মদিনৰ লগত সংগতি ৰাখি প্ৰদান কৰা হ'ব এই বঁটা।
  • বকলীয়াঘাটৰ 'চিংথুৰ' প্ৰকাশনে ২০১৭ বৰ্ষৰ পৰা প্ৰদান কৰি আহিছে এই বঁটা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in