শেহতীয়া খবৰ
আজিৰে পৰা আৰম্ভ ঐতিহাসিক জোনবিল মেলা  •  নুমলীগড় শোধনাগাৰলৈ কেন্দ্ৰৰ ২২,৫৯৪ কোটি  •  নুমলীগড় শোধনাগাৰলৈ কেন্দ্ৰৰ ২২,৫৯৪ কোটি  •  মুখ্যমন্ত্ৰীৰ ভ্ৰমণক লৈ দৰঙত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰৰ ক’লা দিৱস ঘোষণা  •  মেঘালয়ৰ কয়লা খনিত আৱদ্ধ এজন শ্ৰমিকৰ মৃতদেহৰ সন্ধান  •  তেজপুৰত জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে জুবিন গাৰ্গৰ বজ্ৰনীনাদ প্ৰতিবাদ  •  তেজপুৰত জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে জুবিন গাৰ্গৰ বজ্ৰনীনাদ প্ৰতিবাদ  •  বোকাখাতত ভয়ংকৰ দুৰ্ঘটনা, নিহত ট্ৰেক্টৰ চালক  •  ৰাজপথত ১১৩ কোটি টকা, লাগিল হেতা-ওপৰা  •  ডবকাত দ্ৰুতবেগী টাটা ম’বাইল বাহনৰ খুন্দাত নিহত এজন বাইক আৰোহী

বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিলৈ ৰংবং তেৰাং সমন্বয় বঁটা

120
  • শনিবাৰে বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিলৈ আগবঢ়োৱা হ’ব ৰংবং তেৰাং সমন্বয় বঁটা।
  • বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰদান কৰা হ’ব এই বঁটা।
  • বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত প্ৰদান কৰা হ’ব এই বঁটা।
  • ‘ৰংমিলিৰ হাঁহি’ৰ স্ৰষ্টা ৰংবং তেৰাঙৰ জন্মদিনৰ লগত সংগতি ৰাখি প্ৰদান কৰা হ’ব এই বঁটা।
  • বকলীয়াঘাটৰ ‘চিংথুৰ’ প্ৰকাশনে ২০১৭ বৰ্ষৰ পৰা প্ৰদান কৰি আহিছে এই বঁটা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি