মিচিং দল-সংগঠনৰ সৈতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসৰ বৈঠক…

মিচিং দল-সংগঠনৰ সৈতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসৰ বৈঠক…
  • আগন্তুক লোকসভা নিৰ্বাচনক লৈ তৎপৰ ৰাজ্যিক বিজেপি।
  • মিচিং দল-সংগঠনৰ সৈতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক।
  • দিছপুৰৰ মন্ত্ৰী আৱাসত অনুষ্ঠিত হৈছে এই বৈঠক।
  • বিধায়ক ভুৱন পেগুকে ধৰি কেইবাজনো প্ৰতিনিধিৰ অংশ।
  • বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসো উপস্থিত আছে বৈঠকত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in