মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১৫লাখ টকা…

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১৫লাখ টকা…
  • মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গুৱাহাটী বিশ্ববিদ্যালয়ে আগবঢ়াইছে ১৫লাখ টকা।
  • উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈ আৰু বিশ্ববিদ্যালয়ৰ সকলো নিয়মীয়া কৰ্মচাৰীয়ে আগবঢ়াইছে এই ধনৰাশি
  • উল্লেখ্য যে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কোৰোনাৰ সৈতে যুঁজিবলৈ ৰাইজৰ পৰা বিচাৰিছিল সহায়।
  • এক বিবৃতিযোগে এই আহ্বান কৰিছিল মু্খ্যমন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in