গ্ৰেপ্তাৰ হ’ব নেকি হিমন্ত বিশ্ব শৰ্মা!

গ্ৰেপ্তাৰ হ’ব নেকি হিমন্ত বিশ্ব শৰ্মা!
  • মইনবড়ী সত্ৰ সন্দৰ্ভত কৰা মন্তব্যক লৈ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল।
  • বৰপেটাৰ বাঘবৰৰ মন্দিয়া থানাত বৰপেটা জিলা যুৱ কংগ্ৰেছে দাখিল কৰিলে এজাহাৰ।
  • বাঘবৰ সমষ্টিক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ।
  • মইনবড়ী সত্ৰখন বাংলাদেশীৰ অত্যাচাৰত স্থানান্তৰ হৈছিল বুলি এটা বৈদ্যুতিন সংবাদ মাধ্যমত মন্তব্য কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • ইয়াৰ বাবেই বৰপেটা জিলা যুৱ কংগ্ৰেছে মন্ত্ৰীজনৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in