গুৱাহাটীত কিয় বৃদ্ধি হৈছে কোৰোনা আক্ৰান্তৰ সংখ্যা…

গুৱাহাটীত কিয় বৃদ্ধি হৈছে কোৰোনা আক্ৰান্তৰ সংখ্যা…
  • বুধবাৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰিব এটা ৱেবচাইট।
  • COVIDASSAM.IN নামেৰে ৱেবচাইট আৰম্ভ কৰিব।
  • এছআৰএফ নম্বৰ দিলে লাভ কৰিব কোৰোনাৰ ফলাফল।
  • নতুনকৈ কোৰোনা পৰীক্ষা কৰা লোকে ইয়াৰ দ্বাৰা ফলাফল পাব।
  • গুৱাহাটীত কোৰোনাৰ সংক্ৰমণৰ কাৰণ স্বাৱ দিয়াৰ পাছত ঘূৰি ফুৰা বুলিও ক'লেও মন্ত্ৰীগৰাকীয়ে।
  • পৰীক্ষাৰ বাবে নমুনা দিয়াৰ পাছতে লোকসকলে ঘূৰি ফুৰাৰ বাবে কোৰোনাৰ সংক্ৰমণ হয় বুলিও কয় মন্ত্ৰীগৰাকীয়ে।
  • ফলাফল নিগেটিভ নহা লৈকে ঘূৰি ফুৰাটো অপৰাধ বুলিও ক'লে মন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in