শেহতীয়া খবৰ
চন্দ্ৰপুৰত ‘পানী’ৰ নামত পানী হ’ল ৩৬৬ কোটি...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  অসমত ৬টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে : মন্ত্ৰী ৰঞ্জিত দাস...  •  অগ্ৰিম জামিন লাভ কৰি আৰক্ষী চকীত উপস্থিত জিষ্টৰ অধ্যক্ষ...  •  ছয়গাঁৱৰ গৰৈমাৰীত বিশেষভাৱে সক্ষম যুৱতী নিৰুদ্দেশ...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  মানকাচৰত আৰক্ষী-চিআৰপিএফৰ অভিযান, জব্দ বৃহৎ পৰিমানৰ গাঞ্জা...  •  ভাল খবৰঃ জামাইকাৰ বক্সাৰক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ সতীশ কুমাৰে...

গুৱাহাটীত কিয় বৃদ্ধি হৈছে কোৰোনা আক্ৰান্তৰ সংখ্যা…

  • বুধবাৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰিব এটা ৱেবচাইট।
  • COVIDASSAM.IN নামেৰে ৱেবচাইট আৰম্ভ কৰিব।
  • এছআৰএফ নম্বৰ দিলে লাভ কৰিব কোৰোনাৰ ফলাফল।
  • নতুনকৈ কোৰোনা পৰীক্ষা কৰা লোকে ইয়াৰ দ্বাৰা ফলাফল পাব।
  • গুৱাহাটীত কোৰোনাৰ সংক্ৰমণৰ কাৰণ স্বাৱ দিয়াৰ পাছত ঘূৰি ফুৰা বুলিও ক’লেও মন্ত্ৰীগৰাকীয়ে।
  • পৰীক্ষাৰ বাবে নমুনা দিয়াৰ পাছতে লোকসকলে ঘূৰি ফুৰাৰ বাবে কোৰোনাৰ সংক্ৰমণ হয় বুলিও কয় মন্ত্ৰীগৰাকীয়ে।
  • ফলাফল নিগেটিভ নহা লৈকে ঘূৰি ফুৰাটো অপৰাধ বুলিও ক’লে মন্ত্ৰীগৰাকীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি