হিমাচল প্ৰদেশত দুই সতীৰ্থক গুলীয়াই হত্যা সেনা জোৱানৰ

হিমাচল প্ৰদেশত দুই সতীৰ্থক গুলীয়াই হত্যা সেনা জোৱানৰ
  • হিমাচল প্ৰদেশত ১৮সংখ্যক শিখ ৰেজিমেন্টত অঘটন।
  • এজন আৰ্মী জোৱানে গুলীয়াই হত্যা কৰিলে দুজন সহকৰ্মীক।
  • হত্যাৰ পাছতেই আত্মহত্যা কৰিলে জোৱানজনে।
  • সোমবাৰে পুৱা হিমাচল প্ৰদেশৰ ধৰমশালা মিলিটাৰী ষ্টেচনত এই ঘটনা।
  • দুৰ্ঘটনাত স্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in