হিমাচলপ্ৰদেশৰ বাছ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৩জনলৈ বৃদ্ধি…

হিমাচলপ্ৰদেশৰ বাছ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৩জনলৈ বৃদ্ধি…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে হিমাচলপ্ৰদেশৰ কুল্লু জিলাত দ' খাৱৈত এখন বাছ বাগৰি পৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৩জনলৈ বৃদ্ধি। ইফালে, গুৰুতৰভাৱে আহত ৩৭জনকৈ লোক। কুল্লু জিলাৰ বনজাৰ এলেকাৰ সমীপত এই দ' খাৱৈত বাগৰি পৰে ব্যক্তিগত বাছখন।

জানিবপৰা মতে, বাছখনত আছিল ৫০জনকৈ লোক। বনজাৰৰ পৰা গাডাগুশ্বানি অভিমুখে গৈ থকা পথতসংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। ইফালে, আৰক্ষী আৰু উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযানঅব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in