শেহতীয়া খবৰ
ওড়িশ্যাৰ বালাংগিৰৰ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে...  •  নদীৰ কোবাল সোত! হিমাচলপ্ৰদেশত কথমপি প্ৰাণৰক্ষা পৰিল দুজনৰ...  •  দিল্লীত ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা এজনৰ...  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  জাতীয় পতাকাক অপমান! বিজেপি কাৰ্যালয়ত অংকন কৰা পতাকা গচকিলে একাংশ নেতা-কৰ্মীয়ে, চাওক VIDEO...  •  বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ তালিকাৰ শীৰ্ষত কোন? আম্বানী পৰিয়ালে লাভ কৰিছেনে স্থান...  •  বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ তালিকাৰ শীৰ্ষত কোন? আম্বানী পৰিয়ালে লাভ কৰিছেনে স্থান...  •  অশান্ত জম্মু-কাশ্মীৰ! পাক সেনাৰ গুলীত ছহীদ লেন্স নায়ক সন্দীপ থাপা...  •  বেলতলাৰ বাসগৃহতে শনিবাৰে থাকিব শিক্ষাবিদ টাবুৰাম টাইডৰ নশ্বৰদেহ, দেওবাৰে ঘূণাসুঁতিত হ’ব অন্ত্যেষ্টিক্ৰিয়া...

আৰু এটা সোণ, পদক জয়েৰে অভিলেখ হিমাৰ

619

ডিজিটেল ডেস্কঃ স্বৰ্ণ জয় কৰি পুনৰ দেশবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে অসম কন্যা হিমা দাসে। চেক গণৰাজ্যত ৪০০ মিটাৰ দৌৰত স্বৰ্ণ পদক বুটলিবলৈ সক্ষম হৈছে হিমা দাসে। ২ জুলাইৰ পৰা বিগত ১৫ দিনত হিমাই লাভ কৰা সোণৰ পদকৰ সংখ্যা হৈছেগৈ ৫ টা।

শনিবাৰে পঞ্চমটো সোণৰ পদক হিমা দাসে লাভ কৰিছে ৫২.০২ ছেকেণ্ডত দৌৰ সম্পন্ন কৰি। হিমাৰ এই সফলতাৰ পিছতে তেওঁক ৰাজ্যৰ লগতে দেশবাসীয়ে প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে।

ইয়াৰ পূৰ্বে ২০০ মিটাৰ দৌৰত স্বৰ্ণ লাভ কৰিছিল হিমা দাসে। ২ জুলাই আৰু ৭ জুলাইত হিমা দাসে স্বৰ্ণ লাভ কৰিছিল পোলেণ্ডত। তাৰ পিছতে ১৩ জুলাইত চেক গণৰাজ্যত লাভ কৰিছিল তৃতীয়টো স্বৰ্ণ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি