শেহতীয়া খবৰ
শিলচৰত সংখ্যালঘু আৰু চাহ জনগোষ্ঠীয় ভোটাৰে নিৰূপণ কৰিব সুস্মিতা-ৰাজদ্বীপৰ ভাগ্য  •  গভীৰ ৰহস্যৰ আৱৰ্তত চাপৰৰ বিজেপি নেতা তথা চিকিৎসক হত্যাকাণ্ডৰ ঘটনা, VIDEO  •  সোণোৱাল-মোডী চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ অতুল বৰা  •  নতুন দিল্লীত ভাৰত চৰকাৰৰে নগা বিদ্ৰোহী এনএছচিএন (আই এম)ৰ যুদ্ধ বিৰতি পৰ্যালোচনা বৈঠক  •  মথুৰাপুৰৰ শ্ৰীপুৰত আশীৰ্বাদ গ্ৰাম্য সংগঠনৰ কাৰ্যালয় নিৰ্মাণৰ শুভাৰম্ভ  •  প্ৰধানমন্ত্ৰীৰ ৫৬ ইঞ্চিৰ বুকুক উপহাস! মোডীক লৈ নিৰ্মাণ হ’ব লাগে কমেডী চিনেমা, কাৰ মন্তব্য এয়া...  •  ফ্লায়িং স্কোৱাডৰ দলক বাধাঃ হেলিকপ্টাৰত তালাচী চলাবলৈ নিদিলে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে, VIDEO  •  থানাৰ ভিতৰতে কোন কংগ্ৰেছ নেতাই কাক শোধালে চৰ... VIDEO  •  তামুলপুৰৰ ছলিকান্দাত ইউপিপিএলৰ নিৰ্বাচনী সভা  •  ৰৌমাৰী পাথাৰত অঘটন, ট্ৰেক্টৰৰ চেপাত এজনৰ মৃত্যু

ট্ৰেকত নহয়, এইবাৰ কাগজ-কলমেৰে পৰীক্ষাত অৱতীৰ্ণ ধিং এক্সপ্ৰেছ হিমা দাস

3,987
  • এইবাৰ পৰীক্ষাৰ্থীৰ ৰূপত হিমা দাস।
  • মঙলবাৰৰ পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা।
  • এই পৰীক্ষাত অৱতীৰ্ণ হৈছে ধিং এক্সপ্ৰেছ হিমা দাস।
  • ধিং মহাবিদ্যালয়ৰ কলা শাখাত অৱতীৰ্ণ হৈছে হিমা।
  • স্বৰ্ণকন্যা হিমাই পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ যাওঁতেই বহুতে জনালে তেওঁক অভিনন্দন।
  • মহাবিদ্যালয়ৰ ইউনিফৰ্ম পৰিধান কৰি পৰীক্ষা দিবলৈ গৈছে হিমা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি