ট্ৰেকত নহয়, এইবাৰ কাগজ-কলমেৰে পৰীক্ষাত অৱতীৰ্ণ ধিং এক্সপ্ৰেছ হিমা দাস

ট্ৰেকত নহয়, এইবাৰ কাগজ-কলমেৰে পৰীক্ষাত অৱতীৰ্ণ ধিং এক্সপ্ৰেছ হিমা দাস
  • এইবাৰ পৰীক্ষাৰ্থীৰ ৰূপত হিমা দাস।
  • মঙলবাৰৰ পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা।
  • এই পৰীক্ষাত অৱতীৰ্ণ হৈছে ধিং এক্সপ্ৰেছ হিমা দাস।
  • ধিং মহাবিদ্যালয়ৰ কলা শাখাত অৱতীৰ্ণ হৈছে হিমা।
  • স্বৰ্ণকন্যা হিমাই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ যাওঁতেই বহুতে জনালে তেওঁক অভিনন্দন।
  • মহাবিদ্যালয়ৰ ইউনিফৰ্ম পৰিধান কৰি পৰীক্ষা দিবলৈ গৈছে হিমা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in