অখিল গগৈ, জীতেন দত্তৰ আছে হিজবুলৰে সম্পৰ্কঃ বিজেপি বিধায়কৰ বিস্ফোৰণ, চাওঁক VIDEO

অখিল গগৈ, জীতেন দত্তৰ আছে হিজবুলৰে  সম্পৰ্কঃ বিজেপি বিধায়কৰ বিস্ফোৰণ, চাওঁক VIDEO
  • অখিল গগৈ আৰু জীতেন দত্তৰ সৈতে আছে হিজবুল মুজাহিদীনৰ বুজাবুজি।
  • এইবাবে হিজবুল সন্ত্ৰাসবাদী সংগঠনটোক লৈ নিমাতে আছে অখিল গগৈ আৰু জীতেন দত্ত।
  • এই বিস্ফোৰক অভিযোগ লামডিঙৰ বিজেপি বিধায়ক শিবু মিশ্ৰৰ।
  • অসম আৰু ভাৰতবৰ্ষক আগৰ পৰাই লক্ষ্য হিচাপে লৈছিল হিজবুল মুজাহিদীনে।
  • অসমৰ ধৰ্মপ্ৰাণ ৰাইজক আক্ৰমণৰ লক্ষ্য হিচাপে বাচি লৈছে সন্ত্ৰাসবাদী সংগঠনটোৱে।
  • লামডিঙক ৰক্তাক্ত কৰিবলৈ ব্লু-প্ৰিন্ট ৰচা হিজবুলৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে লামডিঙৰ বিধায়ক শিবু মিশ্ৰৰ বিস্ফোৰক মন্তব্য।
  • অসমত কেৱল ভেটি আৰু মাটি থাকিব নাথাকিব জাতিঃ বিধায়ক শিবু মিশ্ৰ।
  • আগন্তুক দুৰ্গাপূজা উপলক্ষে লামডিঙত কটকটীয়া নিৰাপত্তাৰ প্ৰস্তুতি।
  • লামডিঙৰ ৰাইজক সজাগ হ'বলৈ আহ্বান কৰে বিধায়ক গৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in