হিজবুলৰে সম্পৰ্কৰ সন্দেহত আটক কৰা ৩ যুৱকক মুকলি হোজাই আৰক্ষীৰ

  • বৰপেটাৰ পৰা আটক কৰা তিনি যুৱকক মুকলি কৰি দিলে হোজাই আৰক্ষীয়ে।
  • হিজবুল মুজাহিদীনৰ লগত সম্পৰ্ক থকাৰ সন্দেহত শনিবাৰে আৰক্ষীয়ে আটক কৰিছিল যুৱককেইজনক।
  • ডবকা থানাত জেৰাৰ অন্তত মুকলি কৰি দিয়া হয় যুৱককেইজনক।
  • যুৱককেইজন ক্ৰমে নাছিৰুল জামান, হেমন্ত ডেকা আৰু আজাহাৰ আলী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in