ৰাজ্য প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ৰদবদল

  • ৰাজ্য প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ৰদবদল।
  • পৰিবহণ বিভাগৰ প্ৰধান সচিবৰ দায়িত্ব প্ৰদান আই এ এছ বিশ্বৰঞ্জন ছামালক।
  • ড০ কৃষ্ণ কুমাৰ দ্বিবেদীক সংখ্যালঘু উন্নয়নৰ আয়ুক্ত সচিবৰ দায়িত্ব প্ৰদান।
  • আশুতোষ অগ্নিহোত্ৰীক পৰিবহণ, কৌশল, নিয়োগ, উদ্যোগ বিভাগৰ পৰা অব্যাহতি দি গৃহ, ৰাজনৈতিক, সীমান্ত অঞ্চল আৰু অসম চুক্তি ৰূপায়ণ বিভাগৰ আয়ুক্ত সচিবৰ দায়িত্ব প্ৰদান কৰা হৈছে।
  • গৌতম বোথ্ৰাক কৃষি বিভাগৰ আয়ুক্ত সচিব হিচাপে বদলি।
  • বিনোদ ছেছানক কৃষি বিভাগৰ সচিব পদৰ পৰা অব্যাহতি দি তথ্য আৰু প্ৰযুক্তি বিভাগৰ সচিব পদত নিযুক্তি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in