৩ নহয়, শ্ৰী লংকাৰ ধাৰাবাহিক বোমা বিস্ফোৰণত ৫ জন ভাৰতীয় নাগৰিক নিহত…

৩ নহয়, শ্ৰী লংকাৰ ধাৰাবাহিক বোমা বিস্ফোৰণত ৫ জন ভাৰতীয় নাগৰিক নিহত…
  • শ্ৰী লংকাৰ ধাৰাবাহিক বোমা বিস্ফোৰণত ৫ জন ভাৰতীয় নাগৰিক নিহত।
  • এই কথা সদৰী কৰিলে ভাৰতৰ উচ্চায়ুক্তই।
  • পূৰ্বতে ৩ জন লোক নিহত হৈছে বুলি টুইটাৰযোগে সদৰী কৰিছিল বিদেশ মন্ত্ৰী সুষমা স্বৰাজে।
  • বৰ্তমানৰ লৈকে নিহত ২৯০ জন লোক আৰু আহত ৫০০ ৰো অধিক।
  • দ্বীপৰাষ্ট্ৰখনত সান্ধ্য আইন জাৰি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in