শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

বুধবাৰে সম্পন্ন হ’ব অভি-নীল হত্যাকাণ্ডৰ পুনৰ শুনানি

104
  • বুধবাৰে সম্পন্ন হ’ব অভি-নীল হত্যাকাণ্ডৰ শুনানি।
  • নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত পুনৰ শুনানি হ’ব।
  • আদালতত হাজিৰ কৰোৱা হ’ব ৪৭ জন অভিযুক্তক।
  • কাৰ্বি আংলঙত এদল উন্মাদ লোকে হত্যা কৰিছিল দুই যুৱক অভিজিত নাথ আৰু নীলোৎপল দাসক।
  • ঘটনাই অতিক্ৰম কৰিলে এটা বছৰ।
  • ইফালে বুধবাৰে তদন্তকাৰী আৰক্ষীয়ে জেৰা চলাব এজন সাক্ষীকো।
  • হত্যাকাণ্ডৰ প্ৰসংগত ভাষ্য সলনি কৰিছিল সাক্ষীজনে।
  • সাক্ষীজনক পুনৰ সাক্ষ্য ল’বলৈ অনুমতি দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি