বুধবাৰে সম্পন্ন হ’ব অভি-নীল হত্যাকাণ্ডৰ পুনৰ শুনানি

বুধবাৰে সম্পন্ন হ’ব অভি-নীল হত্যাকাণ্ডৰ পুনৰ শুনানি
  • বুধবাৰে সম্পন্ন হ'ব অভি-নীল হত্যাকাণ্ডৰ শুনানি।
  • নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত পুনৰ শুনানি হ'ব।
  • আদালতত হাজিৰ কৰোৱা হ'ব ৪৭ জন অভিযুক্তক।
  • কাৰ্বি আংলঙত এদল উন্মাদ লোকে হত্যা কৰিছিল দুই যুৱক অভিজিত নাথ আৰু নীলোৎপল দাসক।
  • ঘটনাই অতিক্ৰম কৰিলে এটা বছৰ।
  • ইফালে বুধবাৰে তদন্তকাৰী আৰক্ষীয়ে জেৰা চলাব এজন সাক্ষীকো।
  • হত্যাকাণ্ডৰ প্ৰসংগত ভাষ্য সলনি কৰিছিল সাক্ষীজনে।
  • সাক্ষীজনক পুনৰ সাক্ষ্য ল'বলৈ অনুমতি দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in