১৯খন ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বাবে কেন্দ্ৰই মুকলি কৰিলে ৮,৪৫৩.৯২কোটি টকা…

১৯খন ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বাবে কেন্দ্ৰই মুকলি কৰিলে ৮,৪৫৩.৯২কোটি টকা…
  • স্বাস্থ্য খণ্ডৰ বাবে কেন্দ্ৰই মুকলি কৰিলে ৮,৪৫৩.৯২কোটি টকা।
  • ১৯খন ৰাজ্যৰ স্থানীয় স্বাস্থ্য খণ্ডৰ বাবে এই পুঁজি মুকলি কৰিছে বিত্ত মন্ত্ৰালয়ে।
  • পঞ্চদশ বিত্ত আয়োগৰ পৰামৰ্শ অনুসৰি এই পুজিঁ মুকলি কৰা হৈছে।
  • স্থানীয় স্বাস্থ্য খণ্ডৰ আন্তঃগাথনিৰ লগতে সকলো লোকৰ স্বাস্থ্য সেৱা নিশ্চিত কৰিবৰ বাবে এই পুজিঁ ব্যৱহাৰৰ পৰামৰ্শ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in