শেহতীয়া খবৰ
যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...  •  ডিমাপুৰত দৰিদ্ৰ পৰিয়ালৰ মাজত এন এছ চি এন মুইভা গোটৰ সাহায্য বিতৰণ...  •  ৭ এপ্ৰিলৰ পুৱা ৬ বজাৰ পূৰ্বে নিজামুদ্দিনৰ পৰা অহা সকল চিকিৎসালয়লৈ যাওঁক, নহ’লে আৰক্ষীয়ে ল’ব কঠোৰ আইনী ব্যৱস্থা...  •  কোৰোনা ভাইৰাছঃ সংকটৰ সময়ত ভাৰত চৰকাৰক চীনে দিলে ১.৭০ লাখ পিপিই…

কোৰোনাৰ সৈতে যুঁজিবলৈ কেনেদৰে সাজু হৈছে স্বাস্থ্য বিভাগ…

402
  • জিএমচি আৰু এম এম চিৰ চিকিৎসালয় সম্পূৰ্ণ ৰূপে কোৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ বাবে সাজু কৰা হ’ব।
  • এই দুই চিকিৎসালয়ত থকা ৰোগীসকলক স্থানান্তৰিত কৰা হ’ব ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ।
  • বিনামূলীয়াকৈ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসা কৰিব লাগিব ৰোগীসকলৰ।
  • ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ সৈতে আলোচনাত বহে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
  • বৃহস্পতিবাৰে পুৱা সৰুসজাই ষ্টেডিয়ামত ১হাজাৰ মানুহক কোৱাৰেন্টাইন কেন্দ্ৰ এটা নিৰ্মাণ কাম আৰম্ভ কৰিব।
  • এল এন টিৰ সৈতে স্বাস্থ্য বিভাগৰ আলাপ-আলোচনা অব্যাহত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি