কোৰোনাৰ সৈতে যুঁজিবলৈ কেনেদৰে সাজু হৈছে স্বাস্থ্য বিভাগ…

কোৰোনাৰ সৈতে যুঁজিবলৈ কেনেদৰে সাজু হৈছে স্বাস্থ্য বিভাগ…
  • জিএমচি আৰু এম এম চিৰ চিকিৎসালয় সম্পূৰ্ণ ৰূপে কোৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ বাবে সাজু কৰা হ'ব।
  • এই দুই চিকিৎসালয়ত থকা ৰোগীসকলক স্থানান্তৰিত কৰা হ'ব ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ।
  • বিনামূলীয়াকৈ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসা কৰিব লাগিব ৰোগীসকলৰ।
  • ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ সৈতে আলোচনাত বহে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
  • বৃহস্পতিবাৰে পুৱা সৰুসজাই ষ্টেডিয়ামত ১হাজাৰ মানুহক কোৱাৰেন্টাইন কেন্দ্ৰ এটা নিৰ্মাণ কাম আৰম্ভ কৰিব।
  • এল এন টিৰ সৈতে স্বাস্থ্য বিভাগৰ আলাপ-আলোচনা অব্যাহত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in