ল’লে নেদেখাজনৰ আশীষঃ পুৱাই দৌল গোবিন্দ, কামাখ্যা দৰ্শন ডঃ হিমন্ত বিশ্ব শৰ্মাৰ…

ল’লে নেদেখাজনৰ আশীষঃ পুৱাই দৌল গোবিন্দ, কামাখ্যা দৰ্শন ডঃ হিমন্ত বিশ্ব শৰ্মাৰ…
  • শপত গ্ৰহণৰ দিনা পুৱাই শুৱালকুছিৰ শ্ৰীশ্ৰীঈশ্বৰ হাটী সত্ৰত উপস্থিত হৈ আশীষ ললে ডঃ হিমন্ত বিশ্ব শৰ্মাই।
  • ইয়াৰ পিছতে দৌল গোবিন্দ মন্দিৰত উপস্থিত ডঃ শৰ্মা।
  • কামাখ্যা পীঠো দৰ্শন কৰিব অসমৰ নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • পৰমেশ্বৰে ৰাজ্যখনৰ সকলোকে সুস্বাস্থ্য, শান্তি তথা সমৃদ্ধি প্ৰদান কৰাৰ লগতে ৰাজ্যখনৰ সৰ্বাঙ্গীন কল্যাণৰ হেতু কৃপাদৃষ্টিৰ আশীষ মাগিলে ডঃ শৰ্মাই।
  • উল্লেখ্য যে, ১২বজাত শংকৰদেৱ কলাক্ষেত্ৰত হব শপত গ্ৰহণ অনুষ্ঠান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in