সীমা সমস্যাঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা-মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই সাক্ষাৎ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক…

সীমা সমস্যাঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা-মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই সাক্ষাৎ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক…
  • কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • তেওঁৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীৰ কাষত উপস্থিত হৈছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা।
  • অসম-মেঘালয় সীমা সমস্যা সন্দৰ্ভত আলোচনাৰ বাবে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত হৈছে অমিত শ্বাহৰ কাষত।
  • ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ কথা সদৰি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in