হাটশিঙিমাৰীৰ সুখচৰ-বাংলাদেশ সীমান্তত জব্দ ১২টা পশুধন..

হাটশিঙিমাৰীৰ সুখচৰ-বাংলাদেশ সীমান্তত জব্দ ১২টা পশুধন..
  • দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তয়েদি অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায়
  • হাটশিঙিমাৰীৰ সুখচৰ-বাংলাদেশ সীমান্তৰ পৰা জব্দ ১২ টা পশুধন
  • ৪১ নং বেটেলিয়ান বিএছএফৰ ডি কোম্পানীয়ে মহামায়া চৰৰ সীমান্তৰ পৰা জব্দ কৰিছে ৬ টা গৰু
  • আনহাতে ৪১ নং বেটেলিয়ান বিএছএফৰ এ কোম্পানীয়ে হাতিৰচৰ বিএছএফ কেম্প এলেকাৰ পৰা জব্দ কৰে ৬ টা মহ
  • ১২টা গৰু আৰু মহ বিএছএফে সুখচৰ আৰক্ষীৰ হাতত গতাই দিয়ে
  • এটা গৰু সৰবৰাহকাৰী চক্ৰই গৰু-মহ কেইটা বাংলাদেশলৈ চালনা কৰি থকা অৱস্থাত বিএছএফে দুটা পৃথক অভিয়ানৰ জৰিয়তে জব্দ কৰে পশুধন কেইটা
  • দীৰ্ঘ দিনৰ পৰা সুখচৰ আৰক্ষীয়ে জব্দ কৰিব পৰা নাই চোৰাং পশুধন
  • যোৱা কালি মানকাচৰ থানাৰ আৰক্ষী ৬ টা গৰু আৰু বিএছএফে ২ টা মহ সহ মুঠ ৮ টা পশুধন জব্দ কৰিছিল
  • প্ৰায় প্ৰতিদিনে সীমান্তৰ পৰা বিএছএফে চোৰাং পশুধন জব্দ কৰি আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in