হাৰিয়ানা আৰক্ষীৰ অপৰাধ নিবাৰণ শাখাৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য

হাৰিয়ানা আৰক্ষীৰ অপৰাধ নিবাৰণ শাখাৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য
  • হাৰিয়ানা আৰক্ষীৰ অপৰাধ নিবাৰণ শাখাৰ অভিযান।
  • অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ।
  • ১৩১ কিলোগ্ৰাম গাঞ্জা আৰু ৯.১০০ কিলোগ্ৰাম ছালফাৰ দ্ৰাগ জব্দ।
  • ৰেৱাৰী জিলাত এখন বাহনৰ পৰা জব্দ কৰা হৈছে সামগ্ৰীখিনি।
  • এজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে আন এজন লোক পলায়ন কৰিবলৈ সক্ষম হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in