পুৱতি নিশা ১৪ জনৰ ওপৰেৰে পাৰ হৈ গ’ল দ্ৰুতবেগী বাহন, ৫জনৰ মৃত্যু, ৯জন আহত

পুৱতি নিশা ১৪ জনৰ ওপৰেৰে পাৰ হৈ গ’ল দ্ৰুতবেগী বাহন, ৫জনৰ মৃত্যু, ৯জন আহত

  • হাৰিয়ানাৰ হিছাৰত সংঘটিত হয় এক শোকাৱহ ঘটনা।
  • তীব্ৰ বেগী বাহনে মহতিয়াই নিয়ে দলঙত শুই থকা বহু কেইজন শ্ৰমিক।
  • এই দুৰ্ঘটনাত থিতাতে নিহত হয় ৫জন আৰু আহত ৯জনকৈ শ্ৰমিক।
  • পুৱতি নিশা প্ৰায় ২ মান বজাত সংঘটিত হয় এই দুৰ্ঘটনা।
  • শ্ৰমিককেইজনক মহতিয়াই নিয়াৰ পাছত বাহনখনে খুন্দা মাৰে আন এখন বাহনত।
  • এই দুৰ্ঘটনাত দুখন বাহন দলঙৰ পৰা তলত বাগৰি পৰা লগতে গুৰুতৰভাৱে আহত হয় চালক দুজন।
  • ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in