মহিলা বিশ্বকাপ ক্ৰিকেটৰ বাবে ভাৰতীয় খেলুৱৈ সকলৰ নাম ঘোষণা, নেতৃত্ব দিব হৰমনপ্ৰীত কৌৰে…

মহিলা বিশ্বকাপ ক্ৰিকেটৰ বাবে ভাৰতীয় খেলুৱৈ সকলৰ নাম ঘোষণা, নেতৃত্ব দিব হৰমনপ্ৰীত কৌৰে…
  • অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগা মহিলা টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ সকলৰ নাম ঘোষণা।
  • ভাৰতীয় দলটোক প্ৰতিনিধিত্ব কৰিব হৰমনপ্ৰীত কৌৰে।
  • দেওবাৰে এই কথা সদৰী কৰিছে বিচিচিআইয়ে।
  • আনহাতে মহিলা ক্ৰিকেট দলটোৰ অপেনাৰ স্মৃতি মন্ধানা হ'ব বিশ্বকাপ ক্ৰিকেট দলটোৰ উপ অধিনায়ক।
  • ২১ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চ, ২০২০লৈ অনুষ্ঠিত হ'ব মহিলা বিশ্বকাপ ক্ৰিকেট শৃংখলা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in