শেহতীয়া খবৰ
গণৰাজ্য ‌দিৱসৰ প্ৰাকক্ষণত চৰাইদেউত বিস্ফোৰণ...  •  মঙলবাৰে লক্ষ্ণৌলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ  •  গুজৰাটত বিধ্বংসী অগ্নিকাণ্ড  •  নাগৰিকত্ব সংশোধনী আইনে অসমৰ ভাষা, সংস্কৃতি বিপন্ন কৰিব, অসমত ২০২৬ বৰ্ষত হ’বলগীয়া নিৰ্বাচনত অসমীয়াই অস্তিত্ব হেৰুৱাবঃ অগপ বিধায়ক  •  বৰ্ণিল সাংস্কৃতিক বিনিময় অনুষ্ঠানেৰে সামৰণি পৰিল ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ, অসমৰ চহকী কৃষ্টি-সংস্কৃতি দেখি আশ্চৰ্য প্ৰকাশ অষ্ট্ৰেলিয়াৰ পৰ্যটকৰ  •  নগাঁৱৰ জাৰামাৰীত বোৱাৰী হত্যাৰ অভিযোগ, আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামীৰ, আৰক্ষীৰ জালত স্বামী আনছাৰুল ইছলাম  •  বৰহোলাত জোতাৰ দোকানত পিষ্টলসহ গুলী উদ্ধাৰঃ দুজনক গ্ৰেপ্তাৰ  •  সিদ্ধাৰ্থ ভট্টাচাৰ্যই এডমিশ্বন নিদিলে হিমন্তক বিজেপিত এডমিশ্বনে নিদিয়ে, য’তেই পাৱাৰ থাকে তাতেই থাকে হিমন্তঃ তৰুণ গগৈ  •  অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা, সমাজকৰ্মী ভূৱন চন্দ্ৰ শইকীয়াৰ মৃত্যু, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তকে ধৰি দল-সংগঠনৰ শোক প্ৰকাশ  •  নাৰায়ণপুৰত কা বিৰোধী গণ গৰ্জন কাৰ্যসূচীত জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকা, ২১ত জাতিদ্ৰোহী বিজেপিক উৎখাতৰ সংকল্প, VIDEO

মহিলা বিশ্বকাপ ক্ৰিকেটৰ বাবে ভাৰতীয় খেলুৱৈ সকলৰ নাম ঘোষণা, নেতৃত্ব দিব হৰমনপ্ৰীত কৌৰে…

510
  • অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগা মহিলা টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ সকলৰ নাম ঘোষণা।
  • ভাৰতীয় দলটোক প্ৰতিনিধিত্ব কৰিব হৰমনপ্ৰীত কৌৰে।
  • দেওবাৰে এই কথা সদৰী কৰিছে বিচিচিআইয়ে।
  • আনহাতে মহিলা ক্ৰিকেট দলটোৰ অপেনাৰ স্মৃতি মন্ধানা হ’ব বিশ্বকাপ ক্ৰিকেট দলটোৰ উপ অধিনায়ক।
  • ২১ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চ, ২০২০লৈ অনুষ্ঠিত হ’ব মহিলা বিশ্বকাপ ক্ৰিকেট শৃংখলা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি