হাৰিয়াণাত ৩ মে’ৰ পৰা লকডাউন…

হাৰিয়াণাত ৩ মে’ৰ পৰা লকডাউন…
  • হাৰিয়াণাত ৩ মে'ৰ পৰা লকডাউন ঘোষণা ।
  • ৰাজ্য খনত ১০ মে'লৈ লকডাউন ঘোষণা ।
  • কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহন কৰে হাৰিয়াণা চৰকাৰে ।
  • শেহতীয়াকৈ দেশত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমন ।
  • দেশত বিগত ২৪ ঘন্টাত ৩ লাখতকৈ অধিক লোক কোভিডত আক্ৰান্ত হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in