হৰিশিঙা বিস্ফোৰণৰে জড়িত এজনক গ্ৰেপ্তাৰ…

হৰিশিঙা বিস্ফোৰণৰে জড়িত এজনক গ্ৰেপ্তাৰ…
  • হৰিশিঙাৰ বিস্ফোৰণৰে জড়িত এজন যুৱকক গ্ৰেপ্তাৰ।
  • বিএফডিএন নামৰ এটা সংগঠনৰ নেতা যুৱকজনক।
  • গ্ৰেপ্তাৰ কৰা যুৱকজনৰ নাম বিনোদ বড়ো।
  • 'যুৱকজনে ১ ডিচেম্বৰত কামাখ্যা-ডেকাৰগাঁও এক্সপ্ৰেছত সংঘটিত কৰিছিল বিস্ফোৰণ।'
  • এই মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in