শেহতীয়া খবৰ
বঙাইগাঁৱত সৰ্বভাৰতীয় পৰ্যায়ৰ শৰীৰচৰ্চা প্ৰতিযোগিতা  •  এজাক বৰষুণতে বুৰ গ'ল স্মাৰ্ট চিটি গুৱাহাটী  •  দেৰগাঁৱৰ আফাজুৰ ৰহমানৰ প্ৰযুক্তিবিদ্যাৰে চমকঃ ঘন্টাত ৩৫ কিলোমিটাৰ বেগী সৌৰশক্তিত চালিত বাহন উদ্ভাৱন  •  দেৰগাঁৱৰ আফাজুৰ ৰহমানৰ প্ৰযুক্তিবিদ্যাৰে চমকঃ ঘন্টাত ৩৫ কিলোমিটাৰ বেগী সৌৰশক্তিত চালিত বাহন উদ্ভাৱন  •  অসমৰ আন এটা সশস্ত্ৰ সংগঠনৰ যুদ্ধবিৰতি ঘোষণা, ওদালগুৰিত ইউজিপিঅ'ই জমা দিলে অস্ত্ৰ-শস্ত্ৰ  •  চন্দ্ৰযান-২ সন্দৰ্ভত ইছৰ’ই কৰিলে টুইট...  •  কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত 'বৃহৎ পৰিসৰত গছ পুলি ৰোপণ' কাৰ্যসূচী  •  মডেল বিটিচিত জৰাজীৰ্ণ পথ, ক্ষুব্ধ এবিএমছুৰ কোকৰাঝাৰ-ফুটকিবাৰী পথ অৱৰোধ, ক্ষুৰধাৰ সমালোচনা হাগ্ৰামা-প্ৰমিলাক  •  বলিউডৰ আটাইতকৈ বিগ বাজেট ছবি, ‘ৰাৱণ’ৰ চৰিত্ৰত দেখা পাব পাৰে বাহুবলীক!  •  আমেথিবাসীলৈ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ উপহাৰ...

হৰিনামৰ ধ্বনিৰে মুখৰিত ৰহাৰ মঠৰবড়ী অঞ্চল

82

ডিজিটেল সংবাদ, ৰহাঃ ফেব্ৰুৱাৰীৰ পৰা মৰিগাঁৱত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮সংখ্যক অধিবেশন। ইয়াৰ আগতে জিলাই জিলাই অনুষ্ঠিত হৈছে সংঘৰ জিলাসমূহৰ অধিবেশন।

সংঘৰ নগাঁও জিলাৰ অধিবেশনখনো অহা ২৫ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ ৰহাৰ মঠৰবড়ীত অনুষ্ঠিত হ’ব। অধিবেশনৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে। নিৰ্মাণ কৰা হৈছে প্ৰতিনিধি শিবিৰ, ভোজনালয় আদি।

হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে পৰিছে মঠৰবড়ী অঞ্চল। হৰিনামৰ ধ্বনিৰ মাজেৰে বৃহস্পতিবাৰে অধিবেশনৰ মুখ্য কাৰ্যালয় মুকলি কৰা হয়। অনুষ্ঠানত নাম প্ৰসংগ, শৰণ-ভজন আদিও অনুষ্ঠিত হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি