হাজোৰ ভোটকেন্দ্ৰত কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত সংঘাত

  • হাজোত প্ৰচণ্ড মাৰপিটৰ ঘটনা ।
  • কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত সংঘাত ।
  • অনুমতি অবিহনে ভোট কেন্দ্ৰত প্ৰৱেশ কৰাৰ অভিযোগ ।
  • বিজেপিৰ বিৰুদ্ধে অভিযোগ আনিলে কংগ্ৰেছে।
  • বহুসময় ধৰি উত্তপ্ত পৰিস্থিতি ভোটকেন্দ্ৰটোত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in