হাজোৰ দধিত পথ দুৰ্ঘটনা, নিহত ১

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • হাজোৰ দধিত সোমবাৰে নিশা সংঘটিত হয় এক পথ দুৰ্ঘটনা
  • দুৰ্ঘটনাত প্ৰাণ গ'ল এজনৰ।
  • নিয়ন্ত্ৰণ হেৰুৱাই বাইকে খুন্দা মাৰিলেগৈ বিদ্যুতৰ খুঁটাত,
  • ফলত বিদ্যুতৰ পকী খুঁটা ভাঙি পৰাত থিতাতে মৃত্যু ঘটে বাইকখনত থকা এজনলোকৰ।
  • আন দুগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত।
  • নিহত যুৱকজন হৈছে পছৰীয়াৰ নয়ন কলিতা।
  • আহত দুই আৰোহী নগাঁৱৰ প্ৰিয়া দৈমাৰী আৰু হেমন্ত কলিতা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in